New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor.jpg)
- অসমৰ লগতে দেশৰ আন ৪ ৰাজ্যত আজি ভোটগ্ৰহণ।
- পশ্চিম বংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত ভোটগ্ৰহণ।
- পশ্চিম বংগৰ ৩১ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।
- কেৰালাৰ ১৪০ টা সমষ্টিত ভোটগ্ৰহণ।
- পুডুচেৰীৰ ৩০ টা সমষ্টিত ভোটগ্ৰহণ।
- তামিলনাডুৰ ২৩৪ টা সমষ্টিত ভোটগ্ৰহণ।