কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত আঙুৰলতা ডেকাৰ ভোটদান…

কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত আঙুৰলতা ডেকাৰ ভোটদান…

author-image
asomiyapratidin
New Update
কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত আঙুৰলতা ডেকাৰ ভোটদান…

  • ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰাৰ্থী আঙুৰলতা ডেকাৰ ভোটদান ।
  • ১৪৯ নং কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই শাৰী পাতি ভোটদান কৰে আঙুৰলতাই ।
  • ভোটদান কৰি প্ৰবল আত্মবিশ্বাসী আঙুৰলতা ডেকা ।
  • ২০১৬ তকৈ অধিক ভাল ফলাফল হব বুলি মন্তব্য কৰে আঙুৰলতাই