New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
- বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে সকলো প্ৰাৰ্থীৰ বৈঠক।
 - বিপিএফৰ সকলো প্ৰাৰ্থীকে কোকৰাঝাৰলৈ তলব।
 - শুকুৰবাৰে বিয়লি মহিলাৰীৰ সৈতে বৈঠক মিলিত হোৱাৰ সম্ভাৱনা।
 - হৰ্ছ টেডিঙৰ আশংকাত উদ্বিগ্ন মহাজোঁট।
 - কাইলৈৰ ভিতৰত ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা।
 - মহাজোঁটৰ সৈতে বিজেপিৰ যোগাযোগৰ খবৰ।
 - এআইইউডিএফৰ ৪ গৰাকী প্ৰাৰ্থী ইতিমধ্যে বহিঃ ৰাজ্যলৈ প্ৰেৰণ।
 - ৰফিকুল ইছলাম আৰু আমিনুল ইছলামত বহিঃৰাজ্যলৈ প্ৰেৰণ।
 - আন ১৪ গৰাকী প্ৰাৰ্থীও শুকুৰবাৰে বহিঃ ৰাজ্যলৈ ৰাওনা হ'ব।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us