Election 2021 অসম শিৱসাগৰত জয়লাভ কৰিলে অখিল গগৈয়ে… শিৱসাগৰত জয়লাভ কৰিলে অখিল গগৈয়ে… asomiyapratidin 02 May 2021 16:52 IST Follow UsNew Updateৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জয়লাভ । কাৰাগাৰৰ পৰাই শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল অখিল গগৈয়ে । ৬ হাজাৰ ভোটত জয়লাভ কৰে অখিল গগৈয়ে । বৰ্তমানলৈ আনুষ্ঠানিক কোনো ঘোষণা কৰা হোৌৱা নাই । আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক