New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/ajp-1.jpg)
- বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব ।
- আৰ্থ-সামাজিক সমস্যাসমূহ সমাধানৰ বাবে লক্ষ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে এই ইস্তাহাৰ ।
- বৃহস্পতিবাৰে ৪ বজাত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত মুকলি কৰা হ'ব ইস্তাহাৰ ।
- অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মুকলি কৰিব ইস্তাহাৰ ।
- ইস্তাহাৰ মুকলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব ।