অৱশেষত চূড়ান্ত হ’ল সমষ্টি : বিজেপি ৯২,অগপ ২৬, ইউপিপিএলে ৮ টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা…

অৱশেষত চূড়ান্ত হ’ল সমষ্টি : বিজেপি ৯২,অগপ ২৬, ইউপিপিএলে ৮ টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

  • নতুন দিল্লীত চূড়ান্ত হৈছে অগপ-বিজেপি আৰু ইউপিপিএলৰ আসন বুজাবুজি ।
  • ৯২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে ।
  • ২৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই ।
  • ৮ খন আসনতপ্ৰতিদ্বন্দ্বিতা কৰিব ইউপিপিএলে ।
  • বুধবাৰৰ পৰাই দিল্লীত চলি আছিল এই সন্দৰ্ভত বৈঠক ।
  • শুকুৰবাৰে আনুষ্ঠানিক ভাবে জেপি নাড্ডাই ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা ।
  • অমিত শ্বাহ ,জে পি নড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই সন্দৰ্ভত হৈছিল আলোচনা ।
  • অগপৰ ৫জন বিধায়কে পোৱা নাই টিকট ।
  • বিজেপিৰ ৮৬টা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে ।