New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/8-4.jpg)
- সোমবাৰে অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন
 - হোটেল প্ৰাগ কন্টিনেন্টেলত সম্বোধন সংবাদমেল।
 - সভাপতি লুৰীণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা সম্বোধন কৰে সংবাদমেল।
 - আপোচবিহীন ধাৰা অব্যাহত থাকিবঃ লুৰীণ জ্যোতি গগৈ।
 - ২ মে' লৈ অপেক্ষা কৰকঃ লুৰীণ জ্যোতি গগৈ।
 - আমি অসমৰ ৰাইজক আগত ৰাখি সিদ্ধান্ত ল'মঃ গগৈ।
 - অসমৰ ৰাইজে যোগাত্মক চিন্তা আগবঢ়ালেঃ গগৈ।
 - ভয় আৰু সংখ্যা অজাপৰ নাইঃ গগৈ
 - যুৱপ্ৰজন্মৰ ভোটাৰ সকল জাতীয়তাবাদৰ ফালে ধাৱমান হৈছেঃ জগদীশ ভূঞা।
 - অসম জাতীয় পৰিষদে হৰ্ষ ট্ৰেডিঙৰ ফালে ভৰি নিদিয়েঃ ভূঞা।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us