New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
- লাহোৱালৰ মদৈঙীয়া ভোটগ্ৰহণ কেন্দ্ৰত আজৱ কাণ্ড।
- এগৰাকী চিকিৎসকে দেখুৱালে পিষ্টল।
- ভোট দিবলৈ অহা লোক, প'লিং পিজাইডিং বিষয়াক ভাবুকি।
- মদ্যপান কৰি আহিছিল চিকিৎসক গৰাকীয়ে।
- মাতাল চিকিৎসক ডাঃ মুনিন কাকতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
- ডিব্ৰুগড় সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us