New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/dispur-kar-hatot-1.jpg)
- ১২বজালৈকে অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ- ৩৩.১৮শতাংশ
- ঠিক তেনেদৰে কেৰালাত ১২বজালৈকে ভোটদানৰ হাৰ ৩১.৪৮শতাংশ
- পুডুচেৰীত ভোটদানৰ হাৰ ৩৫.৭১শতাংশ আৰু তামিলনাডুত ভোটদানৰ হাৰ ২২.৮৭শতাংশ।
গুৱাহাটী মেট্ৰ'ত দুপৰীয়া ১২বজালৈকে ভোটদানৰ হাৰ হৈছে- ২৮.৯৬শতাংশ
- দিছপুৰ সমষ্টিত ভোটদানৰ হাৰ- ২৯.০০শতাংশ
- গুৱাহাটী পূবত ভোটদানৰ হাৰ- ২৫.০০শতাংশ
- গুৱাহাটী পশ্চিমত ভোটদানৰ হাৰ- ৩০.০০শতাংশ
- জালুকবাৰীত ভোটদানৰ হাৰ- ৩২.০০শতাংশ