শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

বৰপেটাত নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,কয়াকুছি: বৰপেটা কয়াকুছিৰ নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা কয়াকুছি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহ কাৰীক।

গ্ৰেপ্তাৰ হোৱা আচামি জন কয়াকুছিৰ সমীপৰ মৰিচাৰ আশ্ৰাফুল ইছলাম বুলি জানিব পৰা গৈছে। আশ্ৰাফুলৰ লগত জড়িত ছাদ্দাম হুছেইন আৰু জনৈক ৰাহুল এতিয়ালৈকে পলাতক।

বহু দিন ধৰি নাৰী সৰবৰাহৰ লগত জড়িত আছিল আশ্ৰাফুল ইছলাম, ছাদ্দাম হুছেইন আৰু জনৈক ৰাহুল । নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহ কাৰী আশ্ৰাফুল ইছলামক।


আৰু পঢ়ক: পাৰ্বত্য ভূমিত আৰএছএছৰ ২০ দিনীয়া প্ৰশিক্ষণ, শুকুৰবাৰে নিশা উপস্থিত হ’ল সংঘৰ মুৰব্বী মোহন ভাগৱত