ক্রীড়া-জগত

বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত ভাৰত

Asomiya Pratidin
  • মহিলা টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত ভাৰত

  • ভাৰতক ৫ ৰানত পৰাস্ত কৰি ফাইনেলত অষ্ট্রেলিয়া

  • অষ্ট্রেলিয়াই প্রথমে বেট ধৰি সংগ্রহ কৰিছিল ৪ উইকেটত ১৭২ ৰান

  • প্রত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত সংগ্রহ কৰে ৮উইকেটত ১৬৭ ৰান।