উত্তৰ-পূব

মিজোৰামত তিনিটাকৈ বিদেশী বন্যজন্তু জব্দ মিজো আৰক্ষীৰ

Asomiya Pratidin
  • মিজোৰামত তিনিটাকৈ বিদেশী বন্য জন্তু জব্দ মিজো আৰক্ষীৰ

  • অসম-মিজোৰাম সীমান্তৰ কলাছিবৰ চাইফাই আৰক্ষীৰ তালাচীত জব্দ

  • বন্য জন্তু তিনিটাৰ ভিতৰত আছে দুটা আফ্রিকান কলোবাছ বান্দৰ, এটা ঘঁৰিয়াল

  • এখন বাহনত তালাচী চলোৱাত উদ্ধাৰ বন্য জন্তুকেইটা

  • ঘটনা সন্দৰ্ভত বাহনখনৰ চালক জাকিৰ হুছেইন বৰভূঞাক আটক

  • ধৃত জাকিৰৰ ঘৰ কাছাৰ জিলাৰ ধলাই ভাগা বাজাৰৰ ৰাজনগৰত

  • জব্দ কৰা বন্য জন্তুকেইটাৰ বজাৰ মূল্য কোটি টকাতকৈ অধিক