উত্তৰ-পূব

অৰুণাচলত ভূমিস্খলন : শতাধিক যান-বাহন আৱদ্ধ

Asomiya Pratidin
  • অৰুণাচলত ভূমিস্খলনৰ ঘটনা

  • বালেমু-খালাকটাং পথত ভূমিস্খলনৰ ঘটনা

  • বালেমুৰ পৰা ২০ কিল'মিটাৰ পূবে পাহাৰৰ কিছু অংশ খহি পৰে ঘাইপথত

  • ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে

  • পথৰ দুয়ো পাৰে শতাধিক যান-বাহন আৱদ্ধ

  • পথ মেৰামতিৰ কাম অব্যাহত আছে।