গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে চি বি আইৰ অভিযানঃ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ...
গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে চি বি আইৰ অভিযানঃ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ... 
উত্তৰ-পূব

গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে চি বি আইৰ অভিযানঃ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে চি বি আইৰ সফল অভিযান।

  • গঁড়ৰ চোৰাং চিকাৰৰ গোচৰত পলাতক অভিযুক্তক চি বি আইৰ গ্ৰেপ্তাৰ।

  • মুঠ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে।

  • চি বি আইয়ে অভিযান চলাই ডিমাপুৰৰ লোমিথি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি অভিযুক্ত কেইটাক।

  • উল্লেখ্য যে অসম চৰকাৰৰ অনুৰোধত চি বি আইয়ে চলাইছিল এই অভিযান।

  • ধৃত অভিযুক্তক হাজিৰ কৰোৱা হ'ব ডিমাপুৰৰ আদালতত।