ৰাষ্ট্ৰীয়

শ্রীনিৱাস বি ভি লৈ অন্তৰ্ৱৰ্তীকালীন অগ্রিম জামিন

Asomiya Pratidin
  • শ্রীনিৱাস বি ভি লৈ অন্তৰ্ৱৰ্তীকালীন অগ্রিম জামিন

  • উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

  • শ্রীনিৱাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ আনিছিল অংকিতা দত্তই

  • পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল জামিন আবেদন

  • তদন্তত সহযোগ কৰিব লাগিব বি ভি শ্রীনিৱাসে

  • ২২ মে’ত উপস্থিত থাকিব লাগিব তদন্তকাৰী বিষয়াৰ ওচৰত

  • পৰৱৰ্তী সময়তো মাতিলে যাব লাগিব শ্রীনিৱাস