পুৱাই আহিল ভূমিকম্প...
পুৱাই আহিল ভূমিকম্প...  
ৰাষ্ট্ৰীয়

পুৱাই আহিল ভূমিকম্প...

Asomiya Pratidin
  • পুৱাই অনুভূত হ’ল ভূমিকম্প।

  • পুৱা প্ৰায় ৫.৩৫ বজাত আহিল এই ভূমিকম্প।

  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৩।

  • অৱশ্যে এই মৃদু কম্পনৰ ফলত ক’তো, কোনো ক্ষয়, ক্ষতি হোৱা নাই।

  • বিহাৰত অনুভূত হৈছে এই ভূমিকম্প।