- অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিশেষ পদক্ষেপ ।
- কোৰোনাত পিতৃ-মাতৃ হেৰুওৱা শিশুৰ বাবে এই পদক্ষেপ কেজৰিৱাল চৰকাৰৰ ।
- পিতৃ-মাতৃ হেৰুওৱা শিশু সকলক প্ৰতি মাহে প্ৰদান কৰা হ'ব ২৫০০ টকা ।
- শিশু সকলক প্ৰদান কৰা হ'ব বিনামূলীয়া শিক্ষা ।
- ইফালে দিল্লীৰ ৭২ লাখ লোকক প্ৰদান কৰা হ'ব ৬ কেজিকৈ ৰেচন ।
- ৰেচন কাৰ্ড নথকা সকলোকো প্ৰদান কৰা হ'ব ৰেচন ।