ৰাষ্ট্ৰীয়

বিহাৰৰ ৰাজনীতিত পট পৰিৱৰ্তন : মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ

Asomiya Pratidin
  • বিহাৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

  • মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ

  • দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ হাতত অৰ্পণ কৰে পদত্যাগ পত্ৰ

  • এন ডি এত যোগদান কৰাৰ কুচকাৱাজ চলি আছে

  • তোলপাৰ দেশৰ ৰাজনীতি।