ছত্তিশগড় বিজেপিৰ নতুন সভাপতি নিযুক্তি...
ছত্তিশগড় বিজেপিৰ নতুন সভাপতি নিযুক্তি... 
ৰাষ্ট্ৰীয়

ছত্তিশগড় বিজেপিৰ নতুন সভাপতি নিযুক্তি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছত্তিশগড়ত চৰকাৰ গঠনৰ পাছতে বিজেপিয়ে ৰাজ্যখনত নতুন সভাপতি নিয়োগ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰ কৰা ২১ ডিচেম্বৰ, ২০২৩ ত এক পত্ৰ যোগে কিৰন সিং দেৱক ৰাজ্যখনৰ সভাপতি হিচাপে নিয়োগ কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই বিধায়ক কিৰণ সিং দেৱক ছত্তিশগড়ৰ প্ৰদেশ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে।