বাজেটৰ পাছত বৃদ্ধি পাব এইবোৰ সামগ্ৰীৰ মূল্য...
বাজেটৰ পাছত বৃদ্ধি পাব এইবোৰ সামগ্ৰীৰ মূল্য...  
ৰাষ্ট্ৰীয়

বাজেটৰ পাছত বৃদ্ধি পাব এইবোৰ সামগ্ৰীৰ মূল্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ পাছত কেইবাবিধো সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। প্লেটিনামৰ মূল্য বৃদ্ধি পাব। সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি হ'ব। বাজেটৰ পাছতেই চিলভাৰৰ বাচন বৰ্তন, চিগাৰেট, অলংকাৰ আদিৰ মূল্যও বৃদ্ধি পাব।

ধপাতমযুক্ত সামগ্ৰী আৰু বিদেশৰ পৰা আমদানি কৰা ৰূপৰ মূল্য বৃদ্ধি পাব এই বাজেটৰ পাছত। লক্ষ্যণীয় ভাৱে নিৰ্মলা সীতাৰমণে বাজেটৰ ভাষণ আৰম্ভ কৰাৰ পাছতেই বৃদ্ধি পাইছে নিফটি আৰু ছেনচেক্স।

ছেনচেক্স ৫০৩.৭৫ বৃদ্ধি হৈ ৬০,০৮০.৬৫ হৈছেগৈ। আনহাতে নিফটি বৃদ্ধি পাইছে ১৩৩.৩৫। বাজেট দাখিল কৰি থাকোটে নিফটি হৈছেগৈ ১৭৭৯.৫০।