মুখ্য-পৃষ্ঠা

অৱশেষত যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীক ট্রেংকুলাইজ

Asomiya Pratidin
  • অৱশেষত যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীক ট্রেংকুলাইজ।

  • ১৬জন লোক আহত হৈছিল নাহৰফুটুকীৰ আক্রমণত।

  • বন বিভাগে ট্রেংকুলাইজ কৰে নাহৰফুটুকীটো।

  • চটাইঘৰফলীয়াত সন্ত্রাস চলাইছিল নাহৰফুটুকীটোৱে।

  • আঘাতপ্রাপ্ত নাহৰফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি জনায় বন বিভাগে।

  • স্বাস্থ্য পৰীক্ষাৰ পিছত বন বিভাগে ল’ব সিদ্ধান্ত।

  • বন বিভাগে জনোৱা অনুসৰি নাহৰফুটুকীটোক আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা কাজিৰঙালৈ নিয়া হ’ব।