তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ বাহনসহ এজনক আটক...
তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ বাহনসহ এজনক আটক...  
মুখ্য-পৃষ্ঠা

তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ বাহনসহ এজনক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে তল চুৰি চক্ৰৰ দৌৰাত্ম্য। তাৰ মাজতেই টীয়কত তেল চোৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান।

এই অভিযানত আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত তেল চোৰ। আৰক্ষীয়ে আটক কৰা এই তেল চোৰটোৰ নাম মইনুদ্দিন আহমেদ।

ধৃত চোৰটোৰ পৰা জব্দ কৰা হৈছে এখন ডি আই বাহন আৰু এটা ডিজেল জেনেৰেটৰ। আৰক্ষীয়ে জব্দকৰা বাহনখনৰ নম্বৰ AS 06 BC 2249।