সাধাৰণ কথাতে পুত্ৰই কোবাই কোবাই হত্যা কৰিলে পিতৃক...
সাধাৰণ কথাতে পুত্ৰই কোবাই কোবাই হত্যা কৰিলে পিতৃক...  
মুখ্য-পৃষ্ঠা

সাধাৰণ কথাতে পুত্ৰই কোবাই কোবাই হত্যা কৰিলে পিতৃক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাক্সাৰ শালবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পুত্ৰই হত্যা কৰিলে পিতৃক।

জানিব পৰা মতে নিজ পুত্ৰ কোবাই কোবাই হত্যা কৰিলে নিজ পুত্ৰক। হত্যাকাৰী পুত্ৰৰ নাম বিষ্টি গয়াৰী। আনহাতে পুত্ৰৰ হাতত প্ৰাণ ত্যাগ কৰা ব্যক্তিগৰাকীৰ নাম ভাবি গয়াৰী।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী বিষ্টি গয়াৰীক গ্ৰেপ্তাৰ কৰি জে'লেলৈ প্ৰেৰণ কৰিছে। সাধাৰণ কথাতেই এই ঘটনা সংঘটিত কৰিলে বিষ্টিগয়াৰীয়ে।