নৈত সোমাল  ই ৰিক্সাসহ এটা পৰিয়ালঃ ১১ মহীয়া শিশু সন্ধানহীন
নৈত সোমাল ই ৰিক্সাসহ এটা পৰিয়ালঃ ১১ মহীয়া শিশু সন্ধানহীন 
মুখ্য-পৃষ্ঠা

নৈত সোমাল ই ৰিক্সাসহ এটা পৰিয়ালঃ ১১ মহীয়া শিশু সন্ধানহীন

Asomiya Pratidin

ডিজিটেল সংবাদ ছমৰীয়াঃ দক্ষিন কামৰূপৰ ছয়গাঁৱৰ কলহী নৈত সংঘটিত এক কৰুন ঘটনা। ছয়গাঁৱৰ ৰাসস্থলীৰ পৰা ঘৰলৈ ই ৰিস্কাৰে ওভতাৰ সময়তে নৈত পৰিল ১১ মহীয়া এটি শিশুৰ লগতে এটি পৰিয়াল।

ছয়গাওঁ কালাৰদিয়া সংযোগী পতৰিখাতত সংঘটিত এই ঘটনা।দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালটো ছয়গাওঁৰ মাকেলী গাঁৱৰ বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত ছয়গাওঁ আৰক্ষী।বৰ্তমানেও সন্ধানহীন ১১ মহীয়া শিশুটি।