তামাৰহাটৰ কুমাৰগঞ্জত পথ দুৰ্ঘটনা...
তামাৰহাটৰ কুমাৰগঞ্জত পথ দুৰ্ঘটনা... 
মুখ্য-পৃষ্ঠা

তামাৰহাটৰ কুমাৰগঞ্জত পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • তামাৰহাটৰ কুমাৰগঞ্জত পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই কালভাৰ্টত খুন্দা মাৰিলে এখন টাটা মেজিকে।

  • দুৰ্ঘটনাত আহত চালকসহ ৪গৰাকী যাত্রী।

  • আহতসকলক উদ্ধাৰ কৰি চিকিৎ‍সালয়লৈ প্রেৰণ স্থানীয় লোকৰ।