/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
কাছাৰত পথ দুৰ্ঘটনাঃ চাইকেল আৰোহী কিশোৰ নিহত, আহত ২ জন.. road accident
-
কাছাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
-
কাছাৰৰ উধাৰবন্দত সংঘটিত হৈছে এই ঘটনা।
-
দ্রুতবেগী মাৰুতি ভানে মহটিয়াই নিলে এজন চাইকেল আৰোহীক।
-
এই দুৰ্ঘটনাত থিতাতে নিহত এজন চাইকেল আৰোহী কিশোৰ।
-
নিহত কিশোৰজনৰ নাম ৰাছেল আৰ আব্দুল।
-
দুৰ্ঘটনাত আন দুজন লোকো গুৰুতৰভাৱে আহত হৈছে।
-
এই দুৰ্ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
-
ক্ষোভিত ৰাইজে অৱৰোধ কৰে ভিআইপি ৰোড।
-
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্রণ কৰে পৰিস্থিতি।
Also Read: জিলা প্ৰশাসন, PWD য়ে উদ্বোধন কৰা উৰণীয়া সেতু পুনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে !