বকোত বাইকৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু...
বকোত বাইকৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু... 
মুখ্য-পৃষ্ঠা

বকোত বাইকৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু...

Asomiya Pratidin
  • বকোৰ বালাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা।

  • এখন বাইকৰ খুন্দাত থিতাতে নিহত এজন লোক।

  • চাইকেল চলাই গৈ থকাৰ সময়তে চাইকেল আৰোহীজনক খুন্দিয়াই বাইকখনে।

  • নিহত লোকজনক দেৱেশ্বৰ বড়ো বুলি চিনাক্ত।

  • দেৱেশ্বৰ বড়োৰ ঘৰ বকোৰ বালাপাৰাত।

  • দুর্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS25 S3773।