মুখ্য-পৃষ্ঠা

পাভ বনাঞ্চলৰ কাষৰীয়া অঞ্চলত গঁড়ৰ আক্ৰমণত আহত এজন

Asomiya Pratidin
  • পাভ বনাঞ্চলৰ কাষৰীয়া অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷

  • বনাঞ্চলখনত বেদখলকাৰীৰ উচ্ছেদৰ পাছতেই আগমণ ঘটিছিল গঁড়ৰ

  • উচ্ছেদ অভিযানৰ পাছত বেদখলকাৰী সকল পুনৰ উভতি অহাত মুখামুখি হয়  গঁড়ৰ সৈতে

  • ম'হঘুলীত আক্ৰমণ কৰে গঁড়টোৱে

  • গঁড়ৰ আক্ৰমণত আহত এজন লোক