আজি CM ভিজিলেন্সত উপস্থিত হ'ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ...
আজি CM ভিজিলেন্সত উপস্থিত হ'ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ... 
মুখ্য-পৃষ্ঠা

আজি CM ভিজিলেন্সত উপস্থিত হ'ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ...

Asomiya Pratidin
  • প্রাক্তন সাংসদ ৰাণী নৰহলৈ CM ‍ভিজিলেন্সৰ চমন।

  • আজি হাজিৰ হ’ব লাগিব CM ‍ভিজিলেন্সত প্ৰাক্তন সাংসদগৰাকী।

  • তেওঁৰ বিৰুদ্ধে আছে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ।

  • ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ অভিযোগ।

  • যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ।

  • এই কামৰ বিপৰীতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ।

  • ইফালে ৰাণী নৰহে তেওঁৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।

  • মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ ইছ্যু ভাইভাৰ্ট কৰিবলৈ এই পন্থা লোৱা হৈছে বুলি সাংসদগৰাকীৰ অভিযোগ।