ei muhurtar khabar
ei muhurtar khabar  
মুখ্য-পৃষ্ঠা

মৰিগাঁৱত আৰক্ষী আৰু যোগান বিভাগৰ অভিযান

Asomiya Pratidin
  • মৰিগাঁৱত আৰক্ষী আৰু যোগান বিভাগৰ অভিযান।

  • চাউল কেলেংকাৰীৰ মূল অভিযুক্ত ৰুফুল আমিনক গ্রেপ্তাৰ ।

  • ৬ হাজাৰ কুইণ্টল চৰকাৰী চাউল আত্মসাৎ কাৰ্যত অভিযুক্ত ৰুফুল।

  • ৰুফুল আমিন লোচনাবড়ী সমবায় সমিতিৰ সচিব আছিল।

  • নগাঁৱৰ এটা গোপন স্থানত আত্মগোপন কৰি আছিল ৰুফুল আমিন।

  • উল্লেখ্য যে পূৰ্বে এই গোচৰত গ্রেপ্তাৰ হৈছিল ৮জন অভিযুক্ত।