মুখ্য-পৃষ্ঠা

নিৰ্বাচিত হ’ল দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি…

asomiyapratidin
  • দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্রপতি পদত জগদীপ ধনখড়।
  • এম ভেংকায়া নাইডুৰ স্থলাভিষিক্ত হ'ব জগদীপ ধনখড়।
  • জগদীপ ধনখড়ৰ প্রতিদ্বন্দ্বী আছিল মাৰ্গাৰেট আলভা ।
  • ৫২৮টা ভোট লাভ কৰে NDAৰ উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থীজনে।
  • প্রতিদ্বন্দ্বী মাৰ্গাৰেট আলভাই লাভ কৰে ১৮২টা ভোট।
  • ১১ আগষ্টত শপত গ্ৰহণ কৰিব নব-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।