এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ 
মুখ্য-পৃষ্ঠা

মক্কাত মৃত্যু শিৱসাগৰৰ হজ যাত্ৰী; মক্কাতে সম্পন্ন কৰা হ'ব জানাজা...

Asomiya Pratidin
  • মক্কাৰ হজ যাত্ৰাত অঘটন।

  • শিৱসাগৰৰ এজন হাজীৰ মৃত্যু হৈছে মক্কাত।

  • মৃত লোকজনৰ নাম সঞ্জীৱ বড়া।

  • পত্নীৰ সৈতে হজ যাত্রালৈ গৈছিল সঞ্জীৱ বড়া।

  • অ' এন জি চিৰ অৱসৰপ্রাপ্ত বিষয়া আছিল সঞ্জীৱ বড়া।

  • সঞ্জীৱ বড়াৰ ঘৰ শিৱসাগৰৰ ঘিলাগুৰিত।

  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫বছৰ।

  • উল্লেখ্য মক্কাতে তেখেতৰ জানাজা সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে।