মুখ্য-পৃষ্ঠা

বদৰপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

Asomiya Pratidin
  • বদৰপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

  • গাঞ্জাৰ লগতে তিনিগৰাকী মহিলা সৰবৰাহকাৰীসহ ৫জনক আটক

  • ত্রিপুৰাৰ পৰা বদৰপুৰলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি

  • ৩৪ টা পেকেটত মুঠ ৭২ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম

  • ধৃতকেইগৰাকী ত্রিপুৰা ধৰ্মনগৰৰ বুলি জানিব পৰা গৈছে