মুখ্য-পৃষ্ঠা

লাংছ’লিয়েট ৰে’ল ষ্টেচনত ৰে’লে কাটি নিহত কৰিলে বিষয়াক

Asomiya Pratidin
  • লাংছ’লিয়েট ৰে’ল ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

  • ৰে’লে কাটি নিহত কৰে এজন বিষয়াক।

  • মৃত বিষয়াগৰাকীৰ নাম এছ কে গুপ্তা।

  • চীফ ট্রেভেলিং টিকেট ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল গুপ্তা।

  • উজনিমুৱা জনশতাব্দী এক্সপ্রেছে খুন্দাত পৰি নিহত হয় বিষয়াজন।