প্ৰকৃতি ধ্বংস কৰাৰ ভয়ংকৰ পৰিণতিঃ পাহাৰ খহি মৃত্যু এজনৰ...
প্ৰকৃতি ধ্বংস কৰাৰ ভয়ংকৰ পৰিণতিঃ পাহাৰ খহি মৃত্যু এজনৰ...  
মুখ্য-পৃষ্ঠা

প্ৰকৃতি ধ্বংস কৰাৰ ভয়ংকৰ পৰিণতিঃ পাহাৰ খহি মৃত্যু এজনৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পাহাৰ ধ্বংস কৰাৰ ভয়ংকৰ পৰিণিত। পাহাৰ খহি পুনৰ মৃত্যু এজনৰ।

উল্লেখ্য যে, বাৰিষা অথবা প্ৰচুৰ বৃষ্টিপাতৰ মাজত ভূমিস্খলন স্বাভাৱিক ঘটনা যদিও, দীৰ্ঘদিন বৰষুণ নোহোৱাকৈ খৰাং বতৰত ভূমিস্খলন এক অস্বাভাৱিক ঘটনা। কিন্তু তেনে এক ঘটনাই সংঘটিত হৈছে গুৱাহাটীৰ দাঁতি কাষৰীয়া ক্ষেত্ৰীত।

পাহাৰৰ মাটি কাটি থকাৰ অৱস্থাতে মৃত্যু হয় এজন লোকৰ। মৃত লোকজনৰ নাম দীপক বৰুৱা। ক্ষেত্রীৰ ৰেৱামহেশ্বৰত সংঘটিত হৈছে এই ঘটনা।