মুখ্য-পৃষ্ঠা

গুৱাহাটীৰ ফাঁচীবজাৰত জি এম ডি এৰ অভিযান

Asomiya Pratidin

গুৱাহাটীৰ ফাঁচীবজাৰত জি এম ডি এৰ অভিযান

ফাঁচীবজাৰৰ এছ আৰ চি বি ৰোডৰ এটা অবৈধ অট্টালিকাত অভিযান

অনুমতি অবিহনে অট্টালিকাটো নিৰ্মাণ কৰাৰ অভিযোগ

মনোজ কুমাৰ সিঙৰ বিৰুদ্ধে অবৈধভাৱে অট্টালিকা নিৰ্মাণৰ অভিযোগ

এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী দিছিল জি এম ডি য়ে

জাননীৰ কোনো সঁহাৰি নিদিয়াত জি এম ডি য়ে ছীল কৰে অট্টালিকাটো