অভিনন্দন, গামোচাই লাভ কৰিলে জি আই টেগ...
অভিনন্দন, গামোচাই লাভ কৰিলে জি আই টেগ... 
মুখ্য-পৃষ্ঠা

অভিনন্দন, গামোচাই লাভ কৰিলে জি আই টেগ...

Asomiya Pratidin
  • বছৰৰ শেষত অসমলৈ আহিল আন এক ভাল খবৰ।

  • অসমীয়া জাতিৰ স্বাভিমান গামোচাই লাভ কৰিলে জি আই টেগ।

  • ভাৰত চৰকাৰৰ Geographical Indications Registry য়ে আগবাঢ়াইছে এই জি আই টেগ।

  • কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই খবৰ।

  • ইয়াৰ বাবে সোণোৱালে অসমবাসীক অভিনন্দনো জ্ঞাপন কৰিছে।