মুখ্য-পৃষ্ঠা

দিনৰ ১২-০০ বজালৈকে ডিফু সমষ্টিৰ ভোটদানৰ হাৰ...

Asomiya Pratidin

দিনৰ ১২-০০ বজালৈকে ডিফু সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৩০.৬২ শতাংশ।

  • বোকাজানত ৩১.৪৬ শতাংশ

  • হাওৰাঘাটত ২৭.১ শতাংশ

  • ডিফুত ৩১.৬ শতাংশ

  • ৰংহাংত ২৭.১২ শতাংশ

  • আমতিত ২৮.৪৫ শতাংশ

  • হাফলংত ৩৮.০২ শতাংশ।