পৰাজয় মেচি বাহিনী
পৰাজয় মেচি বাহিনী 
মুখ্য-পৃষ্ঠা

বৃহৎ অঘটন ! ছৌদি আৰবৰ হাতত পৰাস্ত হ’ল আৰ্জেন্টিনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহৎ অঘটন ! ছৌদি আৰবৰ হাতত পৰাস্ত হ’ল আৰ্জেন্টিনা। মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হৈছে এইবৰ্ষৰ বিশ্বকাপ ফুটবল

বিশ্বকাপ অভিযানৰ মঙলবাৰে অনুষ্ঠিত প্ৰথমখন মেচতে মুখ থেকেচা আৰ্জেন্টিনাৰ। ছৌদি আৰবৰ হাতত ২-১ গলৰ ব্যৱধানত পৰাজয় মেচি বাহিনীৰ। অহা দেওবাৰে মেচি বাহিনী মুখামুখি হব মেক্সিকোৰ বিৰুদ্ধে।

আৰু পঢ়কঃ ভাৰত নিউজিলেণ্ডৰ তৃতীয় টি-২০ অমীমাংসিত...