মুখ্য-পৃষ্ঠা

কাছাৰত ১ কোটি ৭০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ

Asomiya Pratidin
  • কাছাৰত ১ কোটি ৭০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ

  • কালাইনৰ হিলাৰাত জব্দ ১৭০০টা য়াবা টেবলেট

  • ৮৯ টা সৰু পেকেটত এখন অল্ট’ বাহনত অনা হৈছিল টেবলেটসমূহ

  • মেঘালয়ৰ পৰা শিলচৰলৈ সৰবৰাহৰ সময়তে জব্দ

  • আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালকক

  • চালকজনৰ পৰা জব্দ এটা মোবাইলসহ নগদ ৭হাজাৰ টকা