আৰক্ষীক ঘোচ দিবলৈ গৈ গ্ৰেপ্তাৰ চুপাৰি মাফিয়া...
আৰক্ষীক ঘোচ দিবলৈ গৈ গ্ৰেপ্তাৰ চুপাৰি মাফিয়া... 
মুখ্য-পৃষ্ঠা

আৰক্ষীক ঘোচ দিবলৈ গৈ গ্ৰেপ্তাৰ চুপাৰি মাফিয়া...

Asomiya Pratidin
  • কাছাৰত গ্ৰেপ্তাৰ চুপাৰী মাফিয়া।

  • আৰক্ষীক ঘোচ দিবলৈ গৈ গ্রেপ্তাৰ চুপাৰি মাফিয়া।

  • গ্রেপ্তাৰ হোৱা চুপাৰি মাফিয়াটো কালাইনৰ টিকৰপাৰৰ ছাহিদুৰ ৰহমান চৌধুৰী।

  • দুখন চুপাৰি ভৰ্তি ট্রাক মোকলাই দিয়াৰ নামত আৰক্ষীক ধন দিবলৈ গৈছিল ছাহিদুৰে।

  • গুমৰা আৰক্ষীক ঘোচ হিচাপে আগবঢ়াইছিল১.৩০ লাখ টকা।

  • মিজোৰামৰ পৰা বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত দিগৰখালত জব্দ হৈছিল ট্রাক দুখন।

  • ট্রাক দুখনৰ চালক এনাম উদ্দিন আৰু ছাইদুৰ ৰহমান বৰভূঞাকো গ্রেপ্তাৰ।