কি হৈছে আই আই টিত? ছাত্ৰৰ পিছত এইবাৰ অধ্যাপকৰ আত্মহননৰ ঘটনা...
কি হৈছে আই আই টিত? ছাত্ৰৰ পিছত এইবাৰ অধ্যাপকৰ আত্মহননৰ ঘটনা... 
মুখ্য-পৃষ্ঠা

কি হৈছে আই আই টিত? ছাত্ৰৰ পিছত এইবাৰ অধ্যাপকৰ আত্মহননৰ ঘটনা...

Asomiya Pratidin
  • গুৱাহাটী আই আই টিৰ অধ্যাপকৰ আত্ম হনন।

  • গুৱাহাটীৰ আই আই টিত তেওঁ বাস কৰা কোঠাত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ মৃতদেহ।

  • অধ্যাপকজনৰ নাম সমীৰ কামাল।

  • অধ্যাপক কামালৰ ঘৰ দিল্লীত।

  • গণিত বিভাগৰ অধ্যাপক আছিল তেওঁ।

  • কি কাৰণত অধ্যাপকজনে আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

  • তেওঁ বাসকৰা আই আই টিৰ কোঠাটো আছিল ডি ০০২।

  • আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি দণ্ডাধীশকৰ উপস্থিতি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষালৈ।

  • ইয়াৰ কিছুদিনৰ পূৰ্বেও দুজনকৈ ছাত্ৰই আত্মহনন কৰিছিল গুৱাহাটী আই আই টিত।

  • সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আব্যাহত।