মুখ্য-পৃষ্ঠা

সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin
  • পুঠিমাৰী নৈত সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

  • কমলপুৰৰ আঠগাঁৱত দুই সন্তানসহ নৈত জাঁপ দিছিল মহিলাগৰাকীয়ে

  • SDRFৰ অভিযানত আজি উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ

  • ঘটনাৰ দিনাই সৰু পুত্রক জীৱন্তে উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে

  • বুধবাৰে SDRF বাহিনীয়ে উদ্ধাৰ কৰিছিল জ্যেষ্ঠ পুত্রৰ মৃতদেহ।