বক্ৰ পথেৰে APSC ৰ চাকিৰ ! আৰু এজনলৈ ন্যায়িক আয়োগৰ জাননী...
বক্ৰ পথেৰে APSC ৰ চাকিৰ ! আৰু এজনলৈ ন্যায়িক আয়োগৰ জাননী...  
মুখ্য-পৃষ্ঠা

বক্ৰ পথেৰে APSC ৰ চাকৰি ! আৰু এজনলৈ ন্যায়িক আয়োগৰ জাননী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ এজন ৰাজপত্ৰিত বিষয়ালৈ বিপ্লৱ শৰ্মা আয়োগৰ জাননী। অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে বিষয়াগৰাকীয়ে।

বিপ্লৱ শৰ্মা ন্যায়িক আয়োগে জাননী প্ৰেৰণ কৰা ৰাজপত্ৰিত বিষয়াগৰাকীৰ নাম গণপতি ৰয়। তেওঁক ১৫ দিনৰ ভিতৰত আয়োগৰ পত্ৰৰ উত্তৰ দিবলৈ কোৱা হৈছে।

অভিযোগ অনুসৰি গণপতি ৰয়ে বক্ৰ পথেৰে লৈছিল কৰ অধীক্ষকৰ চাকৰি। বৰ্তমান গণপতি ৰয় হাফলঙৰ হাগজাত কৰ অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে।

ক্লিক কৰি পঢ়কঃ স্বামী-স্ত্ৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি, প্ৰাণ গ'ল লালচান আলীৰ