এফালে উৰুকাৰ আনন্দ আনফালে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত অসমৰ খৰিকটীয়া...
এফালে উৰুকাৰ আনন্দ আনফালে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত অসমৰ খৰিকটীয়া...  
মুখ্য-পৃষ্ঠা

এফালে উৰুকাৰ আনন্দ আনফালে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত অসমৰ খৰিকটীয়া...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উৰুকাৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে গুলীচালনাৰ দৰে ঘটনা। গহপুৰৰ অৰুণাচল সীমান্তত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।

জানিব পৰা মতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ খৰিকটীয়াক লক্ষ্য কৰি গুলীচালনা কৰিছে। ফলত আহত হৈছে অসমৰ এগৰাকী খৰিকটীয়া।

সীমান্তৰ হেলেম চাপৰিত সংঘটিত হৈছে এই ঘটনা। অৰুণাচলীৰ গুলীত আহত অসমৰ খৰিকটীয়াজনৰ নাম পানীৰাম ফানচু।

বৰ্তমান তেওঁ ইটানগৰ আৰ কে মিছন হস্পিতালত চিকিৎসাধীন হৈ আছে।