কোন হ'ব অসম সাহিত্য সভাৰ সভাপতি? ভোট গণনাত আগবাঢ়ি আছে এইসকল...
কোন হ'ব অসম সাহিত্য সভাৰ সভাপতি? ভোট গণনাত আগবাঢ়ি আছে এইসকল... 
মুখ্য-পৃষ্ঠা

কোন হ'ব অসম সাহিত্য সভাৰ সভাপতি? ভোট গণনাত আগবাঢ়ি আছে এইসকল...

Asomiya Pratidin
  • অব্যাহত আছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা।

  • ইতিমধ্যে ৬ টা ৰাউণ্ডৰ অন্ত পৰিছে।

  • ষষ্ঠ ৰাউণ্ডৰ অন্তত সভাপতি পদত আগবাঢ়ি আছে ড০ সূৰ্য হাজৰিকা।

  • ড০ সূৰ্য হাজৰিকাই এই পৰ্যন্ত লাভ কৰিছে ১৮৬ টা ভোট।

  • উপ-সভাপতি পদত আগবাঢ়ি আছে গিৰীশ সন্দিকৈ।

  • গিৰীশ সন্দিকৈয়ে এই পৰ্যন্ত লাভ কৰিছে ১৯৪ টা ভোট।

  • আনহাতে প্ৰধান সম্পাদকৰ পদত আগবাঢ়ি আছে উপেন্দ্ৰজিৎ শৰ্মা।

  • উপেন্দ্ৰজিৎ শৰ্মাই এই পৰ্যন্ত লাভ কৰিছে ১৬৩ টা ভোট।