মুখ্য-পৃষ্ঠা

জামিন নহয়! বিধায়কৰ শপত ল’বলৈ আৰক্ষীয়ে বিধানসভালৈ নিব অখিল গগৈক

asomiyapratidin
  • কাইলৈ বিধায়কৰূপে শপত ল'ব কাৰাবন্দী কৃষক নেতা অখিল গগৈয়ে।
  • জামিন নহয়, GMCHৰ পৰা আৰক্ষীয়ে তেওঁক লৈ যাব অসম বিধান সভালৈ।
  • শপত গ্ৰহণৰ পাছতে তেওঁক পুনৰ লৈ অহা হব জি এম চি এইচলৈ।
  • পুৱা ৯বজাত তেওঁক জি এম চি এইচৰ পৰা লৈ যোৱা হব অসম বিধান সভালৈ।
  • অসমৰ ৰাজনীতিৰ ইতিহাসত কাৰাগাৰত থাকি বিধায়কৰূপে শপত লোৱা অখিল গগৈয়ে হ'ব প্ৰথমগৰাকী বিধায়ক।
  • ৰাইজৰ দলৰ সভাপতিগৰাকী প্ৰায় দুবছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে।
  • কাৰাগাৰত পৰাই তেওঁ অসম বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।