দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আদালতত হাজিৰ
দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আদালতত হাজিৰ 
মুখ্য-পৃষ্ঠা

ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আদালতত হাজিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈঃ ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক আদালতত হাজিৰ কৰায় চি আই ডিৰ দলে। শুকুৰবাৰে মঙলদৈৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত চি আই ডিৰ দলে হাজিৰ কৰায় ধুলা কাণ্ডৰ অন্যতম অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক ৷

উল্লেখ্য যে, বৃহস্পতি বাৰে আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ হোৱা আশীৰ্বাদ হাজৰিকাক শুক্ৰবাৰে জিলা ও সত্ৰ ন্যায়াধীশ,মঙলদৈৰ আদালতত হাজিৰ কৰায় চি আই ডিৰ দলে ৷

আৰু পঢ়কঃ ডেংগুত আক্ৰান্ত হৈ জি এম চি এইচত মৃত্যু ২ জনৰ