boko accident
boko accident 
মুখ্য-পৃষ্ঠা

সোণাপুৰৰ কপালকাতাত ভয়াৱহ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • সোণাপুৰৰ কপালকাতাত ভয়াৱহ পথ দুৰ্ঘটনা

  • তীব্রবেগী বাইকৰ খুন্দাত নিহত এটি ৭ বছৰীয়া শিশু

  • ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ পাৰ হওতে সংঘটিত এই দুৰ্ঘটনা

  • দুৰ্ঘটনাত শিশুটিৰ মাতৃ আহত

  • নিহত শিশুটিৰ নাম অনিকা খাতুন

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাইকখনৰ চালকৰ

  • পৰৱৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন

আৰু পঢ়ক : আজি শিশু দিৱস...