মুখ্য-পৃষ্ঠা

ৰংজুলিত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা

  • সাৰাপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা

  • তীব্রবেগী বাহনৰ খুন্দা বাইক আৰু স্কুটীত

  • দুৰ্ঘটনাত নিহত দুজন লোক আৰু আহত এটি শিশু

  • নিহত শান্তা ৰায় আৰু ইনামনি ৰয় নামৰ লোক দুজন

  • আহত অংশুমান ৰয়ক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ।